top of page

ৰাম নৱমীৰ দিনাই তামিলনাডুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰে দেশৰ প্ৰথমখন ‘ভাৰ্টিকেল-লিফ্ট’ দলং

  • PB Sangbad
  • Apr 7
  • 1 min read

ৰাম নৱমীৰ দিনাই তামিলনাডুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰে দেশৰ প্ৰথমখন ‘ভাৰ্টিকেল-লিফ্ট’ দলং
ৰাম নৱমীৰ দিনাই তামিলনাডুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰে দেশৰ প্ৰথমখন ‘ভাৰ্টিকেল-লিফ্ট’ দলং

ৰাম নৱমীৰ দিনাই তামিলনাডুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰে দেশৰ প্ৰথমখন ‘ভাৰ্টিকেল-লিফ্ট’ দলং। ৰামনাথপুৰম জিলাত অৱস্থিত এই দলঙে ৰামেশ্বৰম দ্বীপক দেশৰ মূল ভূখণ্ড মণ্ডপমৰ সৈতে সংযোগ কৰিছে।


তিনিদিনীয়া শ্ৰীলংকা ভ্ৰমণৰ অন্তত দেওবাৰে তামিলনাডুত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী। পিছত দলংখন উদ্বোধনৰ লগতে তেওঁ উপকূল ৰক্ষীৰ জাহাজ আৰু ৰামেশ্বৰম-তাম্বৰম ৰে’লখনো উদ্বোধন কৰে। ইয়াৰপাছতেই ৰামেশ্বৰৰ ৰামানাথস্বামী মন্দিৰত পূজা আগবঢ়োৱাৰ পিছত ৰাজ্যত মুঠ প্ৰায় ৮৩০০ কোটি টকাৰ ৰে’ল আৰু পথ প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰে।

 
 
 

Comments


Subscribe to Our Newsletter

  • White Facebook Icon

© 2035 by PB Sangabd. Powered and secured by PB Sangbad

bottom of page