গুৱাহাটী উচ্চ ন্যায়ালয় বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি
- PB Sangbad
- Apr 22
- 1 min read

গুৱাহাটী উচ্চ ন্যায়ালয় বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি।
অখ্যাত একাউণ্টৰ পৰা বোমা দিয়াৰ ভাবুকি।
আৰক্ষীৰ মাজত ইতিমধ্যেই হাহাকাৰ লাগিছে।
তন্ন-তন্নকৈ পৰীক্ষা কৰিছে সকলো।
আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।
Comments