top of page

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পুৱাই জীপ ছাফাৰী ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰৰ

  • PB Sangbad
  • Apr 9
  • 1 min read

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পুৱাই জীপ ছাফাৰী ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰৰ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পুৱাই জীপ ছাফাৰী ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰৰ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পুৱাই জীপ ছাফাৰী ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰৰ৷ কাজিৰঙাৰ বাগৰি বনাঞ্চলত পৰ্যটকৰ পৰিয়ালসহ জীপচীত উঠি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰে ক্ৰিকেটাৰ গৰাকীয়ে৷


উদ্যানখন উপভোগ কৰি আপ্লুত হৈ পৰে ক্ৰিকেটাৰগৰাকী। বিভিন্ন জীৱ-জন্তুৰ লগতে বাঘ দেখাৰো সৌভাগ্য ঘটে ক্ৰিকেটাৰগৰাকীৰ ৷


ইয়াৰ পূৰ্বে তেণ্ডুলকাৰসহ পৰিয়ালক নগাঁও জিলা প্ৰশাসনে আদৰণি জনায় ৷ আনহাতে উপস্থিত থকা পৰ্যটক আৰু স্থানীয় লোকৰ কাষলৈ গৈ বাৰ্তালাপ কৰে। লগতে দুজন যুৱকে গামোচাৰে আদৰণি জনাই শচীন তেণ্ডুলকাৰক।

 
 
 

Comments


Subscribe to Our Newsletter

  • White Facebook Icon

© 2035 by PB Sangabd. Powered and secured by PB Sangbad

bottom of page