হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০২৫ ত অনুত্তীৰ্ণসকলৰ বাবে ভাল খবৰ।
- PB Sangbad
- Apr 18
- 1 min read

হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০২৫ ত অনুত্তীৰ্ণসকলৰ বাবে ভাল খবৰ।
পৰীক্ষাত অনুত্তীৰ্ণ হোৱাসকলে দিব পাৰিব পৰীক্ষা।
শীঘ্ৰেই শিক্ষা ব'ৰ্ডে অনুষ্ঠিত কৰিব কম্পাৰ্টমেন্টেল পৰীক্ষা।
ASSEBয়ে কৰা ঘোষণা অনুসৰি চলিক শিক্ষা বৰ্ষতে এই পৰীক্ষা অনুষ্ঠিত হ'ব।
অনুত্তীৰ্ণ পৰীক্ষাৰ্থী সকলৰ বাবে এয়া এক উত্তম সুযোগ।
শিক্ষা বৰ্ডে জাৰি কৰা জাননী অনুসৰি ৩ টা বিষয়ত পৰীক্ষা দিব পাৰিব শিক্ষাৰ্থীয়ে।
ইয়াৰ বাবে তেওঁলোকে অনলাইন আবেদন কৰিব লাগিব।
শীঘ্ৰেই ইয়াৰ বাবে নিৰ্দিষ্ট পৰ্টেল মুকলি কৰিব ।
コメント