top of page

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্য়ানত ১৯ মে’ৰ পৰা অনিৰ্দিষ্টকাললৈ বন্ধ থাকিব জীপ ছাফাৰী

  • PB Sangbad
  • May 4
  • 1 min read

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্য়ানত ১৯ মে’ৰ পৰা অনিৰ্দিষ্টকাললৈ বন্ধ থাকিব জীপ ছাফাৰী
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্য়ানত ১৯ মে’ৰ পৰা অনিৰ্দিষ্টকাললৈ বন্ধ থাকিব জীপ ছাফাৰী

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্য়ানত ১৯ মে’ৰ পৰা অনিৰ্দিষ্টকাললৈ বন্ধ থাকিব জীপ ছাফাৰী । আগন্তুক বাৰিষাৰ প্ৰতি লক্ষ্য় ৰাখি লোৱা এই সিদ্ধান্তৰ কথা সামাজিক মাধ্য়ম এক্স হেণ্ডেলৰ জৰিয়তে প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে ।বন বিভাগৰ তৰফৰ পৰা প্ৰকাশ নিৰ্দেশনা শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰী কাৰ্যালয়ে এক্সৰ এটা পোষ্টত কয় যে,ধাৰাবাহিকভাৱে বেয়া বতৰ আৰু পথৰ দুৰ্বল অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত জীপ ছাফাৰী ২০২৫ চনৰ ১৯ ​​মে’ৰ পৰা পৰৱৰ্তী অৰ্ডাৰ নিদিয়ালৈকে বন্ধ থাকিব।

Comments


Subscribe to Our Newsletter

  • White Facebook Icon

© 2035 by PB Sangabd. Powered and secured by PB Sangbad

bottom of page